তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত ক্ষেত্ৰ দিৱস |

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ মাৰ্ঘেৰিটা কৃষি চক্ৰৰ অন্তৰ্গত ১নং মাকুম ব্লক গাঁৱত ক্ষেত্ৰ দিৱস অনুষ্ঠিত কৰা হয়। খাদ্য আৰু পুষ্টি সুৰক্ষা আঁচনিৰ অধীনত মাটিমাহ (ব্লেকগ্ৰাম) আৰু উচ্চ উৎপাদন ক্ষম জাতৰ ধানৰ ( HYV, Ranit Sub 1 variety) প্ৰদৰ্শনৰ ক্ষেত্ৰ দিৱস অনুষ্ঠিত হয়। এই কাৰ্যসূচীত অসমৰ কৃষি সঞ্চালকালয়ৰ জিলা নিৰীক্ষণ দলৰ বিষয়া মানবেন্দ্ৰ শৰ্মা আৰু নীলাক্ষী … Read more

তিনিচুকীয়াত কৃষি সামগ্ৰী ব্যৱসায়ীসকলক কীটনাশক ব্যৱস্থাপনাৰ ওপৰত ১২ দিনীয়া প্ৰশিক্ষণ।

তিনিচুকীয়া,৪ ডিচেম্বৰঃঅসম কৃষি বিশ্ববিদ্যালয় আৰু তিনিচুকীয়া কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা কৃষি কাৰ্য্যালয়ৰ সহযোগত জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ সভাকক্ষত আজিৰে পৰা কৃষি সামগ্ৰী ব্যৱসায়ীসকলৰ ১২ দিনীয়া প্ৰশিক্ষণৰ আৰম্ভ কৰা হয়। সভাৰ আঁত ধৰে বিষয়বস্তু বিশেষজ্ঞ (শস্য প্ৰতিৰক্ষা বিভাগৰ) ড° শাৰদী বৰুৱাই আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জ্যেষ্ঠ বিজ্ঞানী তথা কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী … Read more

জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা

অসম আদিত্যৰ সাংবাদিক ৰূপম কাকতিৰ কাব্য গ্ৰন্থ উন্মোচন । তিনিচুকীয়া,২৬ নবেম্বৰঃ জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা এখন কালি তিনিচুকীয়া জিলাৰ ডিব্ৰু নৈৰ কাষৰ বনশ্ৰী ৰিৰ্জটত অনুষ্ঠিত হয় । দুপৰীয়া সংবাদ মাধ্যমত ডিজিটেল প্ৰযুক্তিৰ প্ৰভাৱ শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হয় ।এই আলোচনাত বক্তা হিচাবে উপস্থিত থাকে আই জে ইউৰ সভাপতি গীতাৰ্থ পাঠক আৰু … Read more